ইলেকট্ৰিছীয়ানইলেক্ট্ৰনিক

ইলেক্ট্ৰন (Assamese) [ Roman: i.lek.ton]
1. Computer ScienceElectricity and Magnetism(Material Noun-Neuter) A stable elementary particle in the lepton family having a mass at rest of 9.107×10-28 grams and an electric charge of approximately -1.602×10-19 coulombs. Electrons orbit about the positively charged nuclei of atoms in distinct orbitals of different energy levels, called shells. Electrons are the primary charge carriers in electric current. লেপ্টন পৰিয়ালৰ এটা সুস্থিৰ প্ৰাথমিক মৌল, যাৰ ভৰ হৈছে ৯.১০৭×১০-২৮ গ্ৰাম আৰু আধানৰ পৰিমান হৈছে -১.৬০২×১০-১৯ কুলম্ব ৷ কোনো পৰমানুত ইলেক্ট্ৰনবোৰে ধনাত্মক নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে ৷