উগ্ৰেশউঘালি

উঘা (Assamese) [ Roman: u.gha]
n: চেৰেকী, ববিন, মহুৰা
Contributed by: Monoj Kr. Deka on 2007-10-31
1. (Material Noun-Neuter) A kind of reel for winding thread on; usually made of bamboo. তাঁত বাতি কাৰিবলৈ সূতা মেৰিয়াই লোৱা সঁজুলি; সাধাৰণতে বাঁহেৰে সজা হয়|
Assamese: উঘা