উত্থিতিউত্পতীয়া
উত্নিয়া (Assamese) [ Roman: ut.ni.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-28
English: dereliction, disobedience, disregard, negligence,
Assamese: অনাদৰ, অবজ্ঞা, অমান্য, অযতন, অযত্ন, অৱজ্ঞা, অৱমাননা, অৱহেলা, আওকাণ, আওহেলা, আলৈ-আথানি, উত্নিয়া, উপলঙ্ঘা, উপেক্ষা, উলংঘা, উলঙ্ঘা, উলাই, উৎনিয়া, গাফিলতি, গাফিলি, তুচ্ছজ্ঞান, তুচ্ছবোধ, লংঘন, হেমাহি, হেলন, হেলাওটা, হেলেম-হেতেম,
Bodo: नायनोबानाय,
Garo: bamgijani, chonika, dal.e ra.ja, knachakgijani,
Tai: পু চুম্ পা হাক্,
Hindi: उपेक्षा,
Deori: উলাই-নমা, উৰা হেঁ, দিচি-লায়াবা
উত্নিয়া (Assamese) [ Roman: ut.ni.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-28
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) lack of consideration or respect for something কিহবাৰ প্ৰতি সন্মান বা বিবেচনাৰ অভাৱAssamese: অনাদৰ, অবজ্ঞা, অমান্য, অযতন, অযত্ন, অৱজ্ঞা, অৱমাননা, অৱহেলা, আওকাণ, আওহেলা, আলৈ-আথানি, উত্নিয়া, উপলঙ্ঘা, উপেক্ষা, উলংঘা, উলঙ্ঘা, উলাই, উৎনিয়া, গাফিলতি, গাফিলি, তুচ্ছজ্ঞান, তুচ্ছবোধ, লংঘন, হেমাহি, হেলন, হেলাওটা, হেলেম-হেতেম,
Bodo: नायनोबानाय,
Garo: bamgijani, chonika, dal.e ra.ja, knachakgijani,
Tai: পু চুম্ পা হাক্,
Hindi: उपेक्षा,
Deori: উলাই-নমা, উৰা হেঁ, দিচি-লায়াবা