উপকাৰিতাউপকুলীয়

উপকাৰী (Assamese) [ Roman: u.po.ka.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-29
1. (Common Noun-Common &/or Masculine) One that supports, protects, or champions someone or something, such as an institution, event, or cause এক প্ৰতিষ্ঠান, অনুষ্ঠান বা উদ্দেশ্য আদিৰ দৰে কিহবাক যি সমৰ্থন আগবঢ়ায়, ৰক্ষা কৰে অথবা গুৰি ধৰে।

Contributed by: Anup Raj Hazarika on 2022-12-25
2. (Proper Adj.-Common) giving or ready to give help voluntarily. সহায় কৰা বা কৰিবলৈ প্ৰস্তুত হোৱা৷