উভয় লিংগউভয়পক্ষীয়

উভয়-সঙ্কট (Assamese) [ Roman: u.bhoy-xong.kot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-07-02
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) A situation that requires a choice between options that are or seem equally unfavorable or mutually exclusive দুটা কাৰ্য্যৰ কোনটো কৰা উচিত তাক নিশ্চিত কৰিব নোৱাৰা অৱস্থা ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-10
2. (Abstract Noun) danger on both sides আগ-পাছ দুয়োফালে বিপদ