উৎসুকতাউৎসেচক

উৎসৃষ্ট (Assamese) [ Roman: ut.sris.to]
Contributed by: Biraj Kumar Kakati on 2008-03-19
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Verbal Adj.) left without intending to return or unattended পুনৰ ঘূৰি নহাৰ মানসেৰে এৰি যোৱা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-30
2. (Material Noun-Neuter) The remnant of food eaten; portion of food left after eating. খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷