উৰহীউৰা

উৰহ্‌ (Assamese) [ Roman: u.roh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-23
1. (Verb-Intran.) to reduce to liquid from solid state usually by heating কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হ, সাধাৰণতে তাপৰ প্ৰভাৱত
English: melt,
Assamese: আউট্, উৰহ্‌, গল্‌, পম্‌,
Bodo: आबलि, गलि,
Mising: jet, jit,
Khasi: pynum

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-12
2. (Verbal Noun) getting bad smell from a food item on being stuck to the bottom of the vessel and burnt due to over-heating খোৱা বস্তু সিজাওঁতে বা গৰম কৰোঁতে পাত্ৰৰ তলিত লাগি পুৰি গৈ বেয়া গোন্ধোৱা