একটিয়াৰএকণ

একঠা (Assamese) [ Roman: e.ko.tha Origin: অ. (হেম১৩)]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2012-02-21
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Abstract Noun) 2,880 square feet of land. এবিঘা মাটিৰ পাঁচ ভাগৰ এভাগ, 2880 বৰ্গফুট, 20 লোচা৷
Assamese: একঠা

Example Sentences:

1. তেওঁ চহৰত একঠা মাটি কিনিছে।