একাদশএকাদিক্ৰম

একাদশী (Assamese) [ Roman: e.ka.do.xi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-09-23
1. (Proper Noun) the eleventh day of the lunar half of the month. (after bright or dark fortnight) অমাৱাস্যা বা পূৰ্ণিমাৰ পাচৰ এঘাৰ সংখ্যাৰ দিন৷ হিন্দু শাস্ত্ৰৰ মতে এই দিনা লঘোন দিলে পূণ্য হয়৷