ওভতনিওভতাই

ওভতা (Assamese) [ Roman: o`.bho.ta]
Contributed by: Mousumi Konwar on 2023-03-03
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Proper Adj.) contrary or radically different in some respect common to both, as in nature, qualities, direction, result, or significance. উভয়ৰে ক্ষেত্ৰত খটা কেতবোৰ বিষয়, যেনেঃ প্ৰকৃতি, গুণাগুণ, দিশ, ফলাফল বা গুৰুত্বৰ ক্ষেত্ৰত একেবাৰে নিমিলা ধৰণৰ।