কমিউনিষ্ট মেনিফেষ্টোকমিছন

কমিচন (Assamese)
Contributed by: Mousumi Konwar on 2023-03-14
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Abstract Noun) An official body with certain statutory powers বিধি-সন্মত ক্ষমতা প্ৰাপ্ত এক আনুষ্ঠানিক গোট

Contributed by: Mousumi Konwar on 2023-03-14
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
2. (Abstract Noun) a fee, usually a percentage, paid to an agent for business he transacts ব্যৱসায়িক লেনদেনত এজেণ্টক দিয়া ধনৰ পৰিমাণ, সাধাৰণতে জড়িত মূল্যৰ এটা নিৰ্দিষ্ট শতাংশ৷