কলাকৰ্ষণকলাগছীয়া

কলাখাৰ (Assamese) [ Roman: ko.la.khar]
Contributed by: Mrinal Nath on 2008-02-29
1. (Material Noun-Neuter) An alkaline solution usually made from filtration of water through ash. The ash for this process is prepared by burning dried banana bark, banana tree bark, root etc. কল গছৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা চাইত পানী দি থৈ পিছত তাৰ পৰা নিজৰি ওলোৱা খাৰ পানী । কেতিয়াবা কলৰ বাকলিৰ পৰাও কলাখাৰ বনোৱা হয় ।