কলীয়াকলুষ

কলীয়াপানী (Assamese) [ Roman: ko.liya.pa.ni]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-07-07
1. (Proper Noun-Neuter) Andaman islands is one of the central provinces of India. In the British period, the political prisoners were sent to the cellular jail in Andaman & Nicobar islands, which was not accessible by road. আন্দামান দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত প্ৰদেশ | ব্ৰিটিছ ৰাজত্বৰ সময়ত কাৰাবন্দী সকলক এই দ্বীপত থকা চেলুলাৰ জেইলত নিৰ্বাসন দিয়া হৈছিল | ইয়াক কলীয়াপানী বোলা হৈছিল | আজিৰ সময়ত কোনো বাট-পথ বিছিন্ন দূৰ্গম অঞ্চলক কলীয়াপানী বুলি কোৱা হয় |