কল্ককল্প

কল্কি (Assamese) [ Roman: kol.ki]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
1. (Common Noun-Masculine) the tenth and last incarnation of Lord Vishnu, which is yet to come. বিষ্ণুৰ দশম আৰু শেষ অৱতাৰ, এই কলি যুগৰ অন্তত পাপী আৰু নাস্তিকবিলাকক নাশ কৰিবৰ কাৰণে অৱতাৰ গ্ৰহণ কৰিব বুলি পুৰাণত বৰ্ণনা কৰা আছে৷
English: Kalki,
Assamese: কল্কি