কাজিনেমুকাজিয়া

কাজিরাঙ্গা (Bangla)
1. (Proper Noun) located on the bank of the Brahmaputra in Assam (partly in Golaghat and partly in Nagaon Districts), Kaziranga National Park covers an area of 430 sq.kms.This is a world heritage site and is famous for the great Indian one horned rhinocerous.The park is open for tourists from November to March/April. বিশ্ববিখ্যাত অভয়াৰণ্য ৷ অসমৰ গোলাঘাট আৰু নগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অৱস্হিত৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত আৰু বিশ্বৰ ঐতিহ্যমণ্ডিত স্হান সমূহৰ এখন৷ পৰ্যটকৰ বাবে নৱেম্বৰৰ পৰা মাৰ্চ/এপ্ৰিললৈকে খোলা থাকে৷