কাবু কৰ্কাবুল

কাবুকি (Assamese) [ Roman: ka.bu.ki]
Contributed by: Partha P Sarmah on 2008-08-16
1. (Proper Noun-Neuter) a traditional Japanese theatre where song, dance and mime are performed by men/male actors. কেৱল পুৰুষে গাই,নাচি আৰু মুকাভিনয় প্ৰদৰ্শন কৰি কৰা পৰম্পৰাগত এক জাপানী থিয়েটাৰ৷
English: Kabuki,
Assamese: কাবুকি,
Dimasa: kabuki