কামিহাড়কামীন

কামী (Assamese) [ Roman: ka.mi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-23
1. (Proper Adj.) inclined to, characterized by, or inciting to lust or lechery. কামভাৱত প্ৰবলভাৱে আসক্ত।

Contributed by: Partha P Sarmah on 2008-05-06
2. (Material Noun-Neuter) thin, flexible stick of bamboo, cane or wood that can be woven into basket or used to tie something. বাঁহ, বেত বা কাঠৰ পাতল, চেপেটা আৰু সহজে ভাঁজ দিব পৰা মাৰি৷ কিবা বান্ধিবলৈ বা বাস্কেট আদি বনাবলৈ ব্যৱহাৰ হয়৷
English: wicker,
Assamese: কামী

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-05-26
3. (Suffix) looking or searching for; e.g. development-seeking, favour-seeking, etc. বিচৰা বা বাঞ্ছা কৰা, যেনেঃ পৰিবৰ্ত্তনকামী, উন্নয়নকামী, ইত্যাদি
English: -seeking,
Assamese: কামী