কালক্ৰমানুযায়ীকালক্ৰমে

কালক্ৰমিক (Assamese) [ Roman: ka.lo.kro.mik]
Contributed by: Anjali Sonowal on 2010-03-10
1. (Adjective Adj.) (events etc.)arranged or appearing in sequence, in the order in which they happened. ইটোৰ পিছত সিটো ক্ৰম অনুযায়ী হোৱা বা কিবা ঘটনা আদি আচল সময়ত যিদৰে হৈছিল, তেনেদৰে একাদিক্ৰমে সজোৱা৷