কিন্কিন্নৰ

কিন্তু (Assamese) [ Roman: kin.tu]
1. (Conjuction) Introduces something in contrast or unexpected. বিপৰীত বা অনাকাংক্ষিত কিবা এটা কোৱা বা লিখাৰ আগতে ব্যৱহাৰ হোৱা শব্দ
English: but,
Assamese: কিন্তু, পাচে, পিচে,
Bodo: नाथाइ,
Garo: indiba,
Meeteilon: Tawigumbasung,
Karbi: anta, bonta, se’ta,
Nagamese: kintu,
Kaubru (Reang): himba,
Deori: বাচিয়া