কুকুৰণীকুকুৰধূলি মানুহ

কুকুৰধূলি (Assamese) [ Roman: ku.kur.dhu.li]
Contributed by: Partha P Sarmah on 2008-09-26
1. (Common Noun-Common &/or Masculine) a person who accepts ill treatment from other persons without complaint. বিনা প্ৰতিবাদে আনৰ অনাহক গালি গালাজ শুনা বা বেয়া ব্যৱহাৰ গ্ৰহণ কৰা লোক৷