কুন্দকুন্দত কটা

কুন্দ-শাল (Assamese) [ Roman: kund-xal]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a machine for use in working wood, metal, etc., that holds the material and rotates it about a horizontal axis against a tool that shapes it কাঠ বা ধাতুৰ কাম কৰিবলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ, যি তাক টানকৈ ধৰি থাকে আৰু ভূ-সমান্তৰালকৈ ঘূৰাই থাকে যাতে যন্ত্ৰটোৰ কাটিব পৰা অংশটোৱে তাক কাটি প্ৰয়োজনীয় আকৃতি দিব পাৰে