কুলগতকুলজন

কুলগৌৰব (Assamese) [ Roman: kul.gou.rob]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-28
1. (Abstract Noun) The pride that a family or clan draws from good deed of its members and the respect they receive from other members of the society. কোনো পৰিয়ালৰ সদস্যসকলে কৰা ভাল কামবোৰৰ বাবে আৰু সমাজৰ আন মানুহে কৰা সন্মানৰ বাবে তেওঁলোকে অনু্ভৱ কৰা গৌৰৱ৷