কুৰুৱা-খুঁটিকুৰুৱাবাহী

কুৰুৱা-মাৰি (Assamese) [ Roman: ku.ru.wa-ma.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-24
1. (Material Noun-Neuter) the upright posts driven into the ground for convenience of keeping the funeral pyre in position মৃতকক খৰি দিবলৈ সজা চিতাত খৰি জাপিবৰ সুবিধাৰ বাবে চাৰি চূকত পুতি লোৱা বাঁহৰ খুটা