কূ-লা ফ্যুক্কূজন

কূঁচিফুল (Assamese) [ Roman: ku~.si.phul]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-01-16
1. Plants(Common Noun-Common &/or Masculine) A kind of long, slender herbs similar to that of common reed. But white in colour and softer than reed. It's cotton like flowers are also used in pillow. খাগৰিৰ সদৃশ দীঘল, ডাঙৰ, কিন্তু তাতকৈ কোমল আৰু বগা এবিধ বন৷ তাৰ সূত তুলাই ঢৰা আদি সাজে; তাৰ শুকান ফুলবিলাক প্ৰায় তুলাৰ নিচিনা, আৰু তাক কোনোবে গাৰুত ভৰাই লয়৷