কৃতঘাতীকাৰ্য্যকৃতঘ্নতা
কৃতঘ্ন (Assamese) [ Roman: kri.togh.no]
Contributed by: Biraj Kumar Kakati on 2007-11-29
English: ingrate, ungrateful,
Assamese: অকৃতজ্ঞ, অগুণকাৰী, অশলাগী, কৃতঘ্ন, খাই ঠোঁট এছাৰা, খাইপাতফলা, নিমখ-হাৰাম
কৃতঘ্ন (Assamese) [ Roman: kri.togh.no]
Contributed by: Biraj Kumar Kakati on 2007-11-29
1. (Proper Adj.-Common) Not feeling or showing gratitude আনে কৰা উপকাৰ স্বীকাৰ নকৰা অথবা উপকাৰৰ সলনি অপকাৰ কৰা
Assamese: অকৃতজ্ঞ, অগুণকাৰী, অশলাগী, কৃতঘ্ন, খাই ঠোঁট এছাৰা, খাইপাতফলা, নিমখ-হাৰাম