কেঞা আঙুলিকেঞাপটি

কেঞাগোলা (Assamese) [ Roman: ke.y~a.go`.la]
Contributed by: Partha P Sarmah on 2010-02-15
1. (Common Noun-Neuter) a one stop shop run by the Marowaris or Biharis near remote tea gardens/ villages in Assam almost till the last decades of the 20th century (in some places even now). They were closer to the present departmental stores or supermarkets. অসমৰ ভিতৰুৱা অঞ্চলৰ প্ৰায়বিলাক চাহবাগিছা আৰু গাঁওত মাৰোৱাৰী বা বিহাৰী লোকে চলোৱা দোকান৷ এইবিলাকত ঘৰুৱা প্ৰয়োজনীয় প্ৰায় সকলো বস্তুৱেই আৰু সৰুসুৰা দৰব জাতিও পোৱা গৈছিল/যায়৷ আধুনিক চুপাৰ মাৰ্কেট বা ডিপাৰ্টমেণ্টেল ষ্টৌৰৰ লগত কিছু মিল আছে৷