কেশীমথনকেশৰ গ্ৰন্থি

কেশৰ (Assamese) [ Roman: ke.xor]
plc: -বিলাক, -বোৰ, dfc: -খিনি, -ডাল
Contributed by: Mukesh Bhargava on 2006-12-17
1. (Material Noun-Neuter) Long hair on the neck of a horse, lion, etc. ঘোঁৰা বা সিংহৰ গলধনত থকা দীঘল চুলি

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-04-12
2. Flowers(Common Noun-Masculine) the stalklike portion of a stamen, supporting the anther. ফুলৰ পৰাগধানী ধাৰণ কৰা মিহি ঠাৰিৰ দৰে অংশ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
3. Biology(Material Noun-Neuter) a long, lashlike appendage serving as an organ of locomotion in protozoa, bacteria, sperm cells, etc. এককোষী প্ৰাণী, বেক্টেৰিয়া, শুক্ৰাণু আদিৰ চলনাংগ ৰূপে ব্যৱহৃত দীঘল, সূতাৰ দৰে প্ৰসাৰিত অংশ।
English: flagellum,
Assamese: কেশৰ