কেহাকৈকেহুজি

কেহালি-কেন্দেলি (Assamese) [ Roman: ke.he.li-ken.de.li]
Contributed by: Mousumi Konwar on 2023-01-31
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Verbal Noun) The act of procrastinating; putting off or delaying or deferring an action to a later time. কোনো এক সময়ত এটা কাম কৰিবৰ থিৰাং কৰি আকৌ পিচলৈ ৰখা কাৰ্য্য; এবাৰ কামলৈ আগবাঢ়ি আকৌ পাচলৈ যোৱা কাৰ্য্য।