কেৰেপ কৰ্কেৰেপা-কেৰেপি

কেৰেপা (Assamese) [ Roman: ke.re.pa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-27
1. (Proper Adj.-Neuter) (teeth) inclining against each other, not parallel পোন নহৈ এটা এফালে আনটো সিফালে গজা (দাঁত)

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
2. (Material Noun-Neuter) a device made of one or two internodes of bamboo by partly removing a stripe from each side, used for keeping dao or knife hanging from the wall এপাব বা দুপাব বাঁহৰ দুফালে দুচটা এৰুৱাই তাক বেৰত বান্ধি তাৰ বিন্ধাৰ ভিতৰেদি দা-কটাৰী ৰখা সঁজুলি