কৰ্তাকৰ্তৃত্ব

কৰ্তাকাৰক (Assamese) [ Roman: kor.ta.ka.rok]
Contributed by: Partha P Sarmah on 2008-11-02
1. (Common Noun) the form of a noun, pronoun or an adjective when it is the subject of a verb. ক্ৰিয়াপদৰ কৰ্তাৰূপে কাম কৰা বিশেষ্য, সৰ্বনাম বা বিশেষণ পদ৷ যেনেঃ ৰাম আহিল, ৰামে খালে, গাধই মাতে,তাই পঢ়ে৷