কৰ্ম্মশীলকৰ্ম্মসূচী

কৰ্ম্মসাধক (Assamese) [ Roman: kor.mo.xa.dhok]
Contributed by: Mousumi Konwar on 2023-01-26
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Common Noun-Common &/or Masculine) a person who regularly works very hard and finds it difficult to stop working to do other activities in life. কাম নকৰাকৈ থাকিব নোৱাৰা, জিৰণি বা আমোদ প্ৰমোদলৈ গুৰুত্ব নিদি নিয়মীয়াকৈ অতি বেছি কাম কৰা লোক৷