কৰ্ৱৰীকৰ’না

কৰৰ্ভ (Assamese) [ Roman: ko.ror.bho]
fm: কৰভিনী
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) the part of the hand between the wrist and the root of the little-finger মণিবন্ধৰপৰা হাতৰ কেঞা আঙুলিৰ গুৰিলৈকে হাতৰ দাঁতিৰ গোটা ভাগ
Assamese: কৰৰ্ভ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
2. (Common Noun-Common &/or Masculine) a young camel or elephant হাতী বা উটৰ পোৱালি
English: calf,
Assamese: কৰৰ্ভ