খণ্ডযুদ্ধৰখণ্ডিকৃত

খণ্ডা (Assamese) [ Roman: khon.da]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
1. (Verb-Trans.) to prove a statement or criticsm to be false কোনো উক্তি বা সমালোচনা অসত্য বুলি প্ৰমাণ কৰা

Contributed by: Biraj Kumar Kakati on 2010-10-12
2. (Verb-Trans.) Make amends or reparation for guilt or wrongdoing. অকৰ্ম্মৰ দোষ বা পাপৰপৰা মোচন হ’বলৈ প্ৰতিকাৰ ল ৷