খাদক (Assamese) [ Roman: kha.dok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
1. (Verbal Adj.) one who eats or consumes food যি খায় বা খাদ্য গ্ৰহণ কৰে
English: eater,
Assamese: আহাৰাৰ্থী,
আহাৰী,
খাওঁতা,
খাওৰীয়া,
খাদক,
খাৱৈয়া,
খাৱৰীয়া,
ভক্ষক,
ভোক্তা,
ভোজী,
ভোজয়িতা,
Bodo: जाख`र,
जाग्रा