খাপৰিখাবলৈকো

খাবনি (Assamese) [ Roman: kha.bo.ni]
Contributed by: Mousumi Konwar on 2023-04-03
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Material Noun-Neuter) An agricultural implement with teeth or tines for gathering cut grass, hay, or the like or for smoothing the surface of the ground. মাটি চহোৱাৰ পিছত তাৰ পৰা জাবৰ আদি আঁতৰাবলৈ ব্যৱহাৰ কৰা দীঘল দীঘল দাঁত থকা এবিধ সঁজুলি৷
English: rake,
Assamese: খাবনি, জবকা,
Bodo: बेदा,
Khasi: ka narkhur,
Deori: জবকা

Different POS:

a. Verb-Trans.: rake, জবকিয়া...