খেদমতখেদি দে

খেদা (Assamese) [ Roman: khe.da]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Trans.) To force to leave a country or place by official decree; exile. আনুষ্ঠানিক আদেশেৰে কোনো দেশ বা স্থান পৰিত্যাগ কৰিবলৈ বাধ্য কৰা

Contributed by: Atul Ch. Kakoti on 2010-10-05
2. (Verb-Trans.) to pursue in order to seize, overtake, etc. মাৰিবলৈ বা আক্ৰমণ কৰিবলৈ খেদা মাৰ ৷