খোচতখোচামতি খোচনা (Assamese) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-08-20 1. (Material Noun-Neuter) that part of a cloth which is tucked up about the hips to fasten it কঁকালত পিন্ধা কাপোৰ খহি নপৰিবলৈ কঁকালত গোঁজা মাৰি সুমুওৱা অংশ Assamese: কমৰবন্ধা, খোঁচোনা, খোচনা, মেৰতলী