গদলংগদহা

গদলা (Assamese) [ Roman: go.do.la]
Contributed by: Rituraj Saikia on 2006-09-05
1. (Material Noun-Neuter) a bedding item made with two layers of cloth filled with stuffing দুতৰপ কাপোৰৰ মাজত কপাহ ভৰাই তৈয়াৰ কৰা শোঁওতে গাত লোৱা জাৰ-কাপোৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-26
2. (Material Noun-Neuter) a blanket or quilted cloth placed under the saddle or pad placed on back of a horse or elephant ঘোঁৰা বা হাতীৰ পিঠিত বহিবলৈ ব্যৱহাৰ কৰা গাদীৰ তলত পৰা কোমল তুলি বা কম্বল
English: saddlecloth,
Assamese: গদলা, তলচা