গাধীগাধৰি গাধৈ (Assamese) [ Roman: ga.dhoi]Contributed by: Biraj Kumar Kakati on 2010-02-07 1. (Material Noun-Neuter) Bamboo or reeds crushed and widened for making walls etc. চাং, বেৰ আদি তৈয়াৰ কৰিবলৈ থেঁতেলাই বহল কৰা বাঁহ, নল আদি ৷ Assamese: গাধৈ, গাধৰি, চঁছালি, জাজলা