গুৰুংগুৰুকোষ

গুৰুঋণ (Assamese) [ Roman: gu.ru.rin]
Contributed by: Partha P Sarmah on 2008-03-11
1. (Abstract Noun) the knowledge and wisdom earned from a teacher or guru is supposed to be a debt on the part of the student. This debt is gururin and it is also believed that one cannot free him/herself from this. গুৰু বা শিক্ষকৰ পৰা যি জ্ঞান, শিক্ষা আহৰন কৰা হয় তাক একপ্ৰকাৰৰ ঋণ বুলি ভাৰতীয় সমাজত বিশ্বাস কৰা হয়৷ এই ঋণ অপৰিশোধ্য বুলিও ভবা হয়৷ অৰ্থাৎ প্ৰতিজন ছাত্ৰ ছাত্ৰী গুৰুৰ ওচৰত চিৰঋণী হৈ থাকে৷