গেড়িগেৰখেনীয়া

গেৰ (Assamese) [ Roman: ger]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
1. (Material Noun-Neuter) branched arching or pendulous inflorescence of paddy plant ধানজাতীয় শস্যৰ গুটি ধৰাৰ বাবে প্ৰথমে ওলোৱা শাখা-প্ৰশাখা যুক্ত ফুল-সিৰা
English: pendulous inflorescence,
Assamese: গেৰ