গেৰেলীগেৰেলী-মাৰি

গেৰেলী-কাঠী (Assamese) [ Roman: ge.re.li-ka.thi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-07-22
1. (Material Noun-Neuter) The long pin on which the weaver's quill revolves in the shuttle. মহুৰা-কাঠীৰ ভিতৰেদি সুমুৱাই তাক মাকোৰ খোলনিত ফুটি-মাৰিৰে লগাই ৰখা বাঁহৰ শলা ৷