গো-চাল কটাগো-ধূলি

গো-চাৰক (Assamese) [ Roman: go`-sa.rok]
Contributed by: Atul Ch. Kakoti on 2009-10-31
1. (Common Noun-Masculine) A villager, especially adolescent who tends the cattle of the village and takes them out to graze. গৰু চৰাবলৈ লৈ যোৱা মানুহ ৷ সাধাৰণতে গৰু চৰাবলৈ লৈ যোৱা ডেকা ল’ৰা ৷