গোষ্ঠী-নিৰপেক্ষগোষ্ঠীগত

গোষ্ঠীকেন্দ্ৰিক (Assamese) [ Roman: go`s.thi.ken.drik]
Contributed by: Partha P Sarmah on 2011-09-24
1. (Proper Adj.-Common) (disapproving)united in supporting the clan and not showing interests in people or their activities who do not belong to the group. নিজৰ গোষ্ঠীৰ স্বাৰ্থৰ বাবে একগোট হোৱা আৰু এই গোষ্ঠীৰ সদস্য নোহোৱা বা মতাদৰ্শ নমনা লোকক বা তেওঁলোকৰ কাম কাজক ভাল চকুৰে নোচোৱা৷