গোৱাল (Assamese) [ Roman: go`wal]fm: গোৱালনী,
গোৱালিনী,
গোৱালী,
plc: -বিলাক,
-সকল,
dfc: -জন
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-09-06
1. (Common Noun-Masculine) One who sells milk for a living or raises animals for milk. যিয়ে গৰু-ম’হ পালন কৰি গাখীৰৰ ব্যৱসায় কৰে।