গ্ৰীনউইছ মান সময়গ্ৰীষ্ম

গ্ৰীনলেণ্ড (Assamese) [ Roman: grin.lend]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-11-24
1. Place(Proper Noun-Neuter) Greenland is an autonomous country within the Kingdom of Denmark, located between the Arctic and Atlantic Oceans, east of the Canadian Arctic Archipelago. উত্তৰ মেৰু অঞ্চলত অৱস্থিত এখন দেশ৷ পৃথিৱীৰ সৰ্ববৃহৎ দ্বীপ৷ আটাইতকৈ কম ঘনবসতিৰ দেশ৷