গঢ়-গতিগঢ়িত

গঢ়লোৱা (Assamese) [ Roman: gorh.lo`.wa]
Contributed by: Partha P Sarmah on 2008-05-06
1. (Adjective Adj.) having, showing or causing important and lasting impact on the development of somebody's health, mind and character. কাৰোবাৰ শৰীৰ, মন আৰু চৰিত্ৰৰ গঠন, বিকাশত গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ থকা বা পেলোৱা কিবা