ঘুৰিঘুৰ্ম্মুটিয়া

ঘুৰ্ঘুৰী (Assamese) [ Roman: ghur.ghu.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
1. (Material Noun-Neuter) a small wheel, a joint of bamboo or a piece of wood with a hole or depression on it placed under the main axis of a door as its support for free movement দুৱাৰৰ উলম্ব ধুৰাডাল মুকলিকৈ ঘূৰিবৰ কাৰণে তলত দিয়া বাঁহৰ গাঁঠি অথবা মাজ-খোলা কৰা কাঠৰ টুকুৰা