ঘোঁটনাঘোঁটা-মাৰি

ঘোঁটনী (Assamese) [ Roman: gho`~.to.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-11-19
1. (Material Noun-Neuter) a bamboo rod for beating or stirring boiled sugar-cane juice into gur. কুঁহিয়াৰৰ পগোৱা ৰস ঘুটি গুৰ কৰা এডাল বাঁহৰ তিনি- চুকীয়াকৈ এচলা কামি লগাই লোৱা মাৰি৷