চকুৱাচক্

চকোৱা (Assamese) [ Roman: so.ko\'.wa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
1. (Material Noun-Neuter) see through picket fence with lightly distributed vertical bamboo sticks and horizontally intertwined bamboo strips
English: fence, hedge, paling,
Assamese: চকোৱা, জেওৰা, টাঁটী,
Bodo: जेवरा,
Mising: tori,
Khasi: ka jingker,
Garo: dileng,
Dimasa: bari, khorong,
Hindi: बाड़,
Bangla: বেড়া

Contributed by: Biraj Kumar Kakati on 2008-02-01
2. (Proper Noun-Common) Large crested fish-eating diving duck having a slender hooked bill with serrated edges. Of this species the female is called "Chakoi" and the male is "Chakowa". They always go in pairs, a male and a female, therefore in speaking them both, or of the species in general, the compound word "Chakoi-Chakowa" is used. However, the word "Chakowa" is made use of when only one is meant.
There are very small resident populations of this species in north-west Africa and Ethiopia, but the main breeding area of this species is from south-east Europe across central Asia to south-east China. It's is fount to be abundant in North-East India. Till now it is in the list of least concerned.
এবিধ ইটাগুড়ীয়া বৰণেৰে হাঁহ জাতিৰ চৰাই । তাৰ মাইকীটোক “চাকৈ” আৰু মতাটোক “চকোৱা” বুলি কোৱা হয়| এই চৰাইৰ মাইকী মতা এহাল লগ লাগি থাকে, এতেকে দুয়োটাৰ বা জাতিৰ কথা কোৱাত “চাকৈ-চকোৱা” ব্যৱহাৰ কৰা হয় । কিন্তু অকল এটা চৰাইক বুজাবলৈ হ'লে সাধাৰণতে “চকোৱা বুলিহে কোৱা হয় ।
প্ৰৱাদ আছে যে ৰামৰ শাপত ইহঁতৰ মতা-মাইকীয়ে ৰাতি একেলগে থাকিব নোবাৰে । কিন্তু স্বাভাৱিকতে মতা-মাইকী সদায় জোৰ পাতি ফুৰাহে দেখা যায় আৰু অলপ আঁতৰা-আঁতৰি হ'লেই “কওঁ ৰাম কওঁ” বুলি মাত লগায়; কোনোৱে কয় যে ই ৰামায়ণত লিখা জটায়ু পখী; ৰাৱণে আধামৰা কৰি পেলাই থৈ যাওঁতে বাটত পাই সীতাক হৰণ কৰি নিয়াৰ খবৰ ই ৰামচন্দ্ৰক দিয়ে; তাত ৰামচন্দ্ৰই সন্তোষ পাই কলিত চৰাইৰ ৰূপ ধৰি “ৰাম কওঁ, ৰাম কওঁ” বুলি মাতিবলৈ বৰ দিয়ে ।
এই চৰাইবিধ দক্ষীণ-পূৱ ইউৰোপৰ পৰা মধ্য এচিয়ালৈকে পোৱা যায়| উত্তৰ-পূৱ আফ্ৰিকা আৰু ইথিওপিয়াতো ইয়াৰ পাতল বসতি দেখা যায় । উত্তৰ-পূৱ ভাৰতচকোৱা চৰাই সঘনাই দেখা যায় । এতিয়ালৈকে এই চৰাইবিধৰ প্ৰজাতি বিপদাপন্ন বুলি ঘোষণা কৰা হোৱা নাই ।